শেহতীয়া খবৰ
হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতাত কঁপিল শিৱসাগৰ  •  ২৭ জানুৱাৰীত ১২ ঘণ্টাৰ বাবে ৰাজ্য অচল কৰিব ৭০ সংগঠনে!  •  ২৭ জানুৱাৰীত ১২ ঘণ্টাৰ বাবে ৰাজ্য অচল কৰিব ৭০ সংগঠনে!  •  বিধানসভাত বিৰোধী আসনত বহিবলৈ অধ্যক্ষক পত্ৰ অগপৰ  •  বিধানসভাত বিৰোধী আসনত বহিবলৈ অধ্যক্ষক পত্ৰ অগপৰ  •  বিশ্বনাথ জিলাৰ নতুন উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডৰ কাৰ্যভাৰ গ্ৰহণ  •  শিৱসাগৰ জিলাৰ উপায়ুক্ত হিচাপে ডঃএছ লক্ষ্মণৰ কাৰ্যভাৰ গ্ৰহণ  •  নুমলীগড়ৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত গাড়ীৰ খুন্দাত নাহৰফুটুকীৰ মৃত্যু  •  বিজেপিৰ দল আৰু চৰকাৰৰ সুমতি কামনাৰে কংগ্ৰেছৰ ভাগৱত পাঠ  •  গোৱালপাৰাত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত সৰ্বমুঠ ৬৫:৮১% ভোট গ্ৰহণ

১ মিনিটত হিমা!

861
  • সম্পূৰ্ণ নামঃ হিমা দাস।
  • পিতৃৰ নামঃ ৰঞ্জিত দাস।
  • মাতৃৰ নামঃ জোনালী দাস।
  • ঘৰঃ নগাঁৱৰ ধিঙৰ কান্ধুলীমাৰী।
  • জন্মঃ ৯ জানুৱাৰী, ২০০০চন।
  • ওজনঃ ৫২ কেজি।
  • উচ্চতাঃ ৫ ফুট ১ ইঞ্চি।
  • প্ৰিয় শব্দঃ মন যায়।
  • প্ৰিয় খাদ্যঃ হাঁহৰ মাংস আৰু ভাত।
  • ১০০ মিটাৰত শ্ৰেষ্ঠ প্ৰদৰ্শনঃ ১১.৭৪ ছেকেণ্ড (পাটিয়ালা, ২৭ ফেব্ৰুৱাৰী, ২০১৮)।
  • ২০০ মিটাৰত শ্ৰেষ্ঠ প্ৰদৰ্শনঃ ২৩.১০ ছেকেণ্ড (গুৱাহাটী, ২৭ জুন, ২০১৮)।
  • ৪০০ মিটাৰত শ্ৰেষ্ঠ প্ৰদৰ্শনঃ ৫০.৭৯ ছেকেণ্ড (জাকাৰ্টা, ২৬ আগষ্ট, ২০১৮)।
  • ৪x৪০০ মিটাৰত শ্ৰেষ্ঠ প্ৰদৰ্শনঃ ৩ মিনিট ২৮.৭২ ছেকেণ্ড (জাকাৰ্টা, ৩০ আগষ্ট ২০১৮)।
  • প্ৰথমে খেলা খেলঃ ফুটবল।
  • এথলেটছ আই এ এ এফ ক’ডঃ ৩১৯৬৭৮.।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি