১ মিনিটত হিমা!

১ মিনিটত হিমা!
  • সম্পূৰ্ণ নামঃ হিমা দাস।
  • পিতৃৰ নামঃ ৰঞ্জিত দাস।
  • মাতৃৰ নামঃ জোনালী দাস।
  • ঘৰঃ নগাঁৱৰ ধিঙৰ কান্ধুলীমাৰী।
  • জন্মঃ ৯ জানুৱাৰী, ২০০০চন।
  • ওজনঃ ৫২ কেজি।
  • উচ্চতাঃ ৫ ফুট ১ ইঞ্চি।
  • প্ৰিয় শব্দঃ মন যায়।
  • প্ৰিয় খাদ্যঃ হাঁহৰ মাংস আৰু ভাত।
  • ১০০ মিটাৰত শ্ৰেষ্ঠ প্ৰদৰ্শনঃ ১১.৭৪ ছেকেণ্ড (পাটিয়ালা, ২৭ ফেব্ৰুৱাৰী, ২০১৮)।
  • ২০০ মিটাৰত শ্ৰেষ্ঠ প্ৰদৰ্শনঃ ২৩.১০ ছেকেণ্ড (গুৱাহাটী, ২৭ জুন, ২০১৮)।
  • ৪০০ মিটাৰত শ্ৰেষ্ঠ প্ৰদৰ্শনঃ ৫০.৭৯ ছেকেণ্ড (জাকাৰ্টা, ২৬ আগষ্ট, ২০১৮)।
  • ৪x৪০০ মিটাৰত শ্ৰেষ্ঠ প্ৰদৰ্শনঃ ৩ মিনিট ২৮.৭২ ছেকেণ্ড (জাকাৰ্টা, ৩০ আগষ্ট ২০১৮)।
  • প্ৰথমে খেলা খেলঃ ফুটবল।
  • এথলেটছ আই এ এ এফ ক'ডঃ ৩১৯৬৭৮.।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in