শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

কৰুণ ঘটনাঃ অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ৰ সমীপত পুৱাই বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু…

  • পুৱাই মহানগৰীত সংঘটিত হ’ল এক কৰুণ ঘটনা।
  • চানমাৰীস্থিত অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ৰ সমীপত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন যুৱকৰ।
  • জানিব পৰা মতে, পুৱা প্ৰায় ৮ বজাত ৰে’লৱেৰ গেটত ৰং কৰি আছিল যুৱকজনকে।

  • সেই সময়তে গেটখনৰ ওপৰেৰে পাৰ হৈ যোৱা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় যুৱকজনৰ।
  • স্থানীয় ৰাইজে সদৰি কৰা অনুসৰি, মৃত যুৱকজনৰ নাম দিগন্ত।
  • ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ চানমাৰী আৰক্ষী থানাৰ আৰক্ষী।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি