দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়…

দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে  কিয়…

ডিজিটেল ডেস্কঃ প্ৰায় ১ লাখ ছাত্ৰই ব্যক্তিগত খণ্ডৰ বিদ্যালয় এৰি চৰকাৰী খণ্ডৰ বিদ্যালয়ত পুণৰ নামভৰ্তি কৰিছে। কোৰোনাৰ সংকটৰ সময়ত আৰ্থিক অৱস্থা শোচনীয় হোৱাৰ বাবে তেওঁলোকৰ পৰিয়ালে এই পদক্ষেপ ল'বলৈ বাধ্য হৈছে।

চৰকাৰী তথ্য অনুসৰি কৰ্ণাটকত কম খৰচৰ ব্যক্তিগতখণ্ডৰ বিদ্যালয়ত অধ্যয়ক কৰা প্ৰায় ১ লাখ ছাত্ৰই চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰিছে।উল্লেখ্য যে তেওঁলোকৰ পিতৃ-মাতৃৰ আয় নিম্নগামী হোৱাৰ বাবে বিদ্যালয়ৰ মাচুল আদায় দিব পৰা নাছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in