শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...

দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়…

4,528

ডিজিটেল ডেস্কঃ প্ৰায় ১ লাখ ছাত্ৰই ব্যক্তিগত খণ্ডৰ বিদ্যালয় এৰি চৰকাৰী খণ্ডৰ বিদ্যালয়ত পুণৰ নামভৰ্তি কৰিছে। কোৰোনাৰ সংকটৰ সময়ত আৰ্থিক অৱস্থা শোচনীয় হোৱাৰ বাবে তেওঁলোকৰ পৰিয়ালে এই পদক্ষেপ ল’বলৈ বাধ্য হৈছে।

চৰকাৰী তথ্য অনুসৰি কৰ্ণাটকত কম খৰচৰ ব্যক্তিগতখণ্ডৰ বিদ্যালয়ত অধ্যয়ক কৰা প্ৰায় ১ লাখ ছাত্ৰই চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰিছে।উল্লেখ্য যে তেওঁলোকৰ পিতৃ-মাতৃৰ আয় নিম্নগামী হোৱাৰ বাবে বিদ্যালয়ৰ মাচুল আদায় দিব পৰা নাছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি