শোনিতপুৰত কোভিড ভেকচিন লৈ এজনৰ মৃত্যু

শোনিতপুৰত কোভিড ভেকচিন লৈ এজনৰ মৃত্যু
  • শোণিতপুৰ জিলাৰ ডুমডুমাত কোভিড ভেকচিন লৈ গুৰুত্বৰ ভাবে অসুস্থ হোৱা এজন লোকৰ মৃত্যু ।
  • লোক জনক নিশাই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ICU ত ভৰ্তি কৰা হয়।
  • মৃত লোক জনৰ নাম অনন্ত হালৈ(৪৮)।
  • স্বাস্থ্য কেন্দ্ৰত কোভিড ভেকচিন লোৱাৰ পিছত নিশা অসুস্থ হৈ পৰে লোকজন৷
  • নিশাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও অৱশেষত লোকজনৰ মৃত্যু হয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in