শেহতীয়া খবৰ
কোভিড ১৯ প্ৰট'কল মানি মানকাচৰত ব্যক্তিগত খণ্ডৰ বিদ্যালয় পাঠদান...  •  মুম্বাইত কোভিড ভেকচিনৰ নাটনি, বন্ধ কৰা হৈছে ৫৪ টা কেন্দ্ৰ...  •  বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...

শোনিতপুৰত কোভিড ভেকচিন লৈ এজনৰ মৃত্যু

1,162
  • শোণিতপুৰ জিলাৰ ডুমডুমাত কোভিড ভেকচিন লৈ গুৰুত্বৰ ভাবে অসুস্থ হোৱা এজন লোকৰ মৃত্যু ।
  • লোক জনক নিশাই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ICU ত ভৰ্তি কৰা হয়।
  • মৃত লোক জনৰ নাম অনন্ত হালৈ(৪৮)।
  • স্বাস্থ্য কেন্দ্ৰত কোভিড ভেকচিন লোৱাৰ পিছত নিশা অসুস্থ হৈ পৰে লোকজন৷
  • নিশাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও অৱশেষত লোকজনৰ মৃত্যু হয় ৷
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি