কাহিলীপাৰাত বিজেপি কৰ্মীৰ আক্ৰমণত আহত এজন

কাহিলীপাৰাত বিজেপি কৰ্মীৰ আক্ৰমণত আহত এজন
  • মহানগৰীৰ কাহিলীপাৰাত বিজেপি কৰ্মীৰ আক্ৰমণত আহত এজন।
  • নিশা চোকা অস্ত্ৰৰে আক্ৰমণ চলায় বিজেপি কৰ্মীজনে।
  • আক্ৰমণকাৰী বিজেপি কৰ্মীজনৰ নাম ৰাণা চেতিয়া।
  • ঘটনাত গুৰুতৰভাৱে আহত হয় নিশান্ত কুমাৰ দাস নামৰ যুৱকজন।
  • ইফালে নিশান্ত দাসৰ পৰিয়ালকো আক্ৰমণ চলোৱাৰ গুৰুতৰ অভিযোগ।
  • ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in