জম্মু-কাশ্মীৰত শ্বহীদ ভাৰতীয় সেনা জোৱান আৰু আৰক্ষী বিষয়া…

জম্মু-কাশ্মীৰত শ্বহীদ ভাৰতীয় সেনা জোৱান আৰু আৰক্ষী বিষয়া…
  • জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ অৱন্তীপুৰাত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ।
  • সংঘৰ্ষকালত শ্বহীদ এগৰাকী ভাৰতীয় সেনা জোৱান আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ এগৰাকী বিষয়া।
  • পুৱাই অঞ্চলটোত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুটীয়া অভিযান চলাইছিল আৰক্ষী আৰু ভাৰতীয় সেনাই।
  • অভিযানকালত দুয়ো পক্ষৰ মাজত দীৰ্ঘ সময় ধৰি চলিছিল প্ৰচণ্ড গুলীবৰ্ষণ।
  • সন্ত্ৰাসবাদীৰ গুলীত গুৰুতৰভাৱে আহত হয় এজন সেনা জোৱান আৰু এজন আৰক্ষী বিষয়া।
  • আহত দুয়োজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে দুয়োজনকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in