শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ সমীপত উদ্ধাৰ অচিনাক্ত যুৱতীৰ মৃতদেহ

  • শিলচৰত উদ্ধাৰ কৰা হৈছে অচিনাক্ত যুৱতীৰ মৃতদেহ ।
  • শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ এক নিৰ্জন স্থানত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো।
  • আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
  • যুৱতীগৰাকীক দুৰ্বৃত্তই বলাৎকাৰ কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in