কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু…

কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু…
  • কুশল কুমাৰ শৰ্মা নামৰ (৫৪) এজন কোভিড আক্ৰান্ত লোকৰ দেওবাৰে মৃত্যু।
  • শিঙিমাৰি কোভিড কেয়াৰ হাস্পতালত ৰাতিপুৱা ৮ বজাত মৃত্যু হোৱা লোকজন বিহদিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত তিতকুছি গাঁৱ নিবাসী।
  • ২৭ এপ্ৰিল তাৰিখে বেজেৰা কোভিড পৰীক্ষা কেন্দ্ৰৰ প্ৰতিবেদনত কোভিদ পজিটিভ বুলি চিনাক্ত হৈছিল লোকজন।
  • আক্ৰান্ত লোকজনক হোম আইচুলেছনত থকাৰ পৰামৰ্শ প্ৰদান কৰিছিল
    চিকিৎসকে।
  • কিন্তু অধিক অসুস্থ হৈ পৰা লোকজন ৩ মে তাৰিখে শিঙিমাৰি কভিড কেয়াৰ হাস্পতালত ভৰ্তি হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in