শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু…

  • কুশল কুমাৰ শৰ্মা নামৰ (৫৪) এজন কোভিড আক্ৰান্ত লোকৰ দেওবাৰে মৃত্যু।
  • শিঙিমাৰি কোভিড কেয়াৰ হাস্পতালত ৰাতিপুৱা ৮ বজাত মৃত্যু হোৱা লোকজন বিহদিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত তিতকুছি গাঁৱ নিবাসী।
  • ২৭ এপ্ৰিল তাৰিখে বেজেৰা কোভিড পৰীক্ষা কেন্দ্ৰৰ প্ৰতিবেদনত কোভিদ পজিটিভ বুলি চিনাক্ত হৈছিল লোকজন।
  • আক্ৰান্ত লোকজনক হোম আইচুলেছনত থকাৰ পৰামৰ্শ প্ৰদান কৰিছিল
    চিকিৎসকে।
  • কিন্তু অধিক অসুস্থ হৈ পৰা লোকজন ৩ মে তাৰিখে শিঙিমাৰি কভিড কেয়াৰ হাস্পতালত ভৰ্তি হৈছিল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি