শেহতীয়া খবৰ
শুদ্ধ এন আৰ চিৰ বাবে প্ৰতীক হাজেলাৰ বিৰুদ্ধে লোকজাগৰণ মঞ্চৰ প্ৰতিবাদ  •  অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ জিঞ্জিৰামত মহিলাৰ মৃতদেহ উদ্ধাৰ, স্বামীয়ে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ  •  গোলাঘাটৰ নাওজানত ডিটেনচন কেম্পলৈ প্ৰেৰণ এজনক  •  টীম ইণ্ডিয়াৰ বেটিং, বলিং আৰু ফিল্ডিঙৰ বাবে ৩জনকৈ প্ৰশিক্ষকৰ নাম মনোনীত...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  গোৱালপাৰাত লোমহৰ্ষক হত্যাকাণ্ড, মাতৃ-পুত্ৰৰ চিন্ন মৃতদেহ উদ্ধাৰ  •  প্ৰায় ৫০ কিলোগ্ৰাম গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ ৰৌতা আৰক্ষীৰ  •  ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল গুৱাহাটীৰ ৰেষ্টুৰেন্ট ‘পিয়াজ্জা’, লাভ কৰিলে বেষ্ট ইটালিয়েন ৰেষ্টুৰেন্ট অৱ দ্য ইয়েৰ-ইষ্ট বঁটা...  •  চিবিআইৰ জিম্মাত পি চিদাম্বৰাম, প্ৰতিক্ৰিয়া ব্যক্ত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ...

চামগুৰিত জাপানীছ এনকেফেলাইটিছত এজনৰ মৃত্যু

141

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁৱৰ চামগুৰিত জাপানীজ এনকেফেলাইটিছৰ আতংক অব্যাহত আছে। জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ চামগুৰিৰ ন’নৈ চাহ বাগিছাৰ এটি ৯ বছৰীয়া শিশুৰ মৃত্যু ঘটে। বিগত বহুকেইদিন মৃত্যুৰে সৈতে যুঁজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধী অৱস্থাত মৃত্যু হোৱা শিশুটিৰ নাম অনুজ তাঁতী।

উল্লেখ্য যে অনুজ তাঁতীৰ মৃত্যু হোৱাৰ পাছতেই এতিয়া স্থানীয় ৰাইজে উদমাৰীৰ ন’নৈ চাহ বাগিছাৰ স্থানীয় ৰাইজে এই ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগক অঞ্চলটোত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি