লামডিঙত ৰে’লৰ খুন্দাত যুৱ কংগ্ৰেছৰ সদস্যৰ মৃত্যু

লামডিঙত ৰে’লৰ খুন্দাত যুৱ কংগ্ৰেছৰ সদস্যৰ মৃত্যু
  • লামডিং-বৰলংফা ষ্টেচনৰ মাজত অঘটন।
  • ৰে'লৰ খুন্দাত লামডিং যুৱ কংগ্ৰেছৰ সদস্যৰ মৃত্যু।
  • মৃত যুৱক জনৰ নাম বিক্ৰম দাস বুলি জানিব পৰা গৈছে।
  • লামডিং ৰে'লৱে আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো।
  • ইতিমধ্যে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ডিফুলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in