কোভিড-১৯ত আক্ৰান্ত হৈ ধিঙত এজনৰ মৃত্যু…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ ধিঙত শনিবাৰে কোভিড-১৯ত আক্ৰান্ত এজন লোকৰ মৃত্যু হয়। মৃত্যু হোৱা লোকজনৰ নাম ভদ্ৰ নাথ। জানিব পৰা মতে, যোৱা ৬ আগষ্টৰ দিনা ভদ্ৰ নাথৰ কোৰোনা পৰীক্ষাত ফলাফল পজিটিভ ধৰা পৰিছিল।

তাৰপিছতেই ধিং স্বাস্থ্য বিভাগে তেওঁক নগাঁও অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছিল । উল্লেখযোগ্য যে, ধিঙত বৰ্তমানলৈ ৫০ জনতকৈ অধিক লোক আক্ৰান্তু হৈছে কোৰোনা ভাইৰাছত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in