নগাঁৱৰ জুৰীয়াত পানীত পৰি এটি শিশুৰ মৃত্যু

নগাঁৱৰ জুৰীয়াত পানীত পৰি এটি শিশুৰ মৃত্যু
  • নগাঁৱৰ জুৰীয়া কঠালগুৰিত শনিবাৰে পানীত পৰি এটি শিশুৰ মৃত্যু হয়।
  • চাৰি বছৰীয়া শিশুটিৰ নাম হৈছে মুছফিকা বিউটি ।
  • মুছফিকাই সমনীয়াৰ লগত খেলি থাকোতে ঘটিল এই অঘটন।
  • পিছত স্হানীয় লোকে উদ্ধাৰ কৰে মৃতদেহটো।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in