উৎকোচ লৈ গ্ৰেপ্তাৰ গুৰুপ্রসাদ খাটনিয়াৰ

উৎকোচ লৈ গ্ৰেপ্তাৰ গুৰুপ্রসাদ খাটনিয়াৰ
  • উৎকোচ লোৱাৰ অভিযোগত পুনৰ এজন দুৰ্নীতি নিবাৰক শাখাৰ জালত।
  • উৎকোচ লোৱাৰ অভিযোগত গ্রেপ্তাৰ পঞ্জীয়ক গুৰুপ্রসাদ খাটনিয়াৰ।
  • পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক গুৰুপ্রসাদ খাটনিয়াৰ।
  • দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে ধৰা পেলাই পঞ্জীয়কগৰাকীক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in