উৎকোচ লৈ হাতে-লোটে আটক আবকাৰী বিষয়া

উৎকোচ লৈ হাতে-লোটে আটক আবকাৰী বিষয়া
  • মৰিগাঁৱত দুৰ্নীতি নিবাৰক শাখাৰ জালত আবকাৰী অধীক্ষক।
  • উৎকোচ লৈ হাতে-লোটে আটক আবকাৰী বিষয়াগৰাকী।
  • আবকাৰী অধীক্ষকগৰাকীৰ নাম বৰষা বৰা বৰদলৈ।
  • সুৰাৰ বিপণীৰ নামত এজনক দাবী কৰিছিল ১ লাখ টকা।
  • চিন্ময় তামুলী নামৰ লোকজনক দাবী কৰিছিল ধনখিনি।
  • ২০ হাজাৰ টকা উৎকোচ লোৱা অৱস্থাত ধৰা পৰে বিষয়াগৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in