ৰাজ্যত পুনৰ কোভিড-১৯ত আক্ৰান্ত এগৰাকী মহিলাই হেৰুৱালে প্ৰাণ…

ৰাজ্যত পুনৰ কোভিড-১৯ত আক্ৰান্ত এগৰাকী মহিলাই হেৰুৱালে প্ৰাণ…
  • ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত এগৰাকী মহিলাৰ মৃত্যু।
  • ৪০ বছৰীয়া শান্তা আচাৰ্যী নামৰ মহিলা গৰাকীৰ শনিবাৰে মৃত্যু হয় জিএমচিএইচত।
  • তেওঁ কোৰোনাৰ উপৰিও নিউমনিয়া, ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ আছিল।
  • ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৩৭জনলৈ বৃদ্ধি পাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in