জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ, নিহত ২ আৰক্ষীৰ লোক…

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ, নিহত ২ আৰক্ষীৰ লোক…
  • জম্মু-কাশ্মীৰত শুকুৰবাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত হয়।
  • নৌগামত পুৱা ভাগত আৰক্ষীৰ এটা চাৱনীৰ ওপৰত আক্ৰমণ চলাই সন্ত্ৰাসবাদীয়ে।
  • এই আক্ৰমণ আৰক্ষীৰ দুজন কৰ্মীয়ে হেৰুৱাইছে প্ৰাণ।
  • ইফালে, আহত হৈছে আন এজন আৰক্ষীৰ লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in