‘কা’ এনআৰচি আৰু এনপিআৰৰ বিৰুদ্ধে ২২ জানুৱাৰীত দাৰ্জিলিঙত প্ৰতিবাদী সমদল বাহিৰ কৰিব মমতা বেনাৰ্জীয়ে…

‘কা’ এনআৰচি আৰু এনপিআৰৰ বিৰুদ্ধে ২২ জানুৱাৰীত দাৰ্জিলিঙত প্ৰতিবাদী সমদল বাহিৰ কৰিব মমতা বেনাৰ্জীয়ে…
  • 'কা' এনআৰচি আৰু এনপিআৰৰ বিৰুদ্ধে ২২ জানুৱাৰীত প্ৰতিবাদী সমদল বাহিৰ কৰিব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।
  • সোমবাৰে শিলিগুৰিৰ এক অনুষ্ঠানত এই ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • ২২ জানুৱাৰীত দাৰ্জিলিঙত বাহিৰ কৰা হ'ব এই প্ৰতিবাদী সমদল।
  • 'কা' আৰু এনআৰচিক লৈ ৰাজ্যবাসীক নিশ্চিন্ত হৈ থাকিবলৈ আহ্বান মমতাৰ।
  • তেওঁ কয়, 'মই আপোনালোকৰ সৈতে আছো, 'কা' আৰু এনআৰচি আমি কোনো পধ্যেই মানি নলও।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in