অসমত ৯ জনলৈ বৃ্দ্ধি অমিক্ৰনত আক্ৰান্ত ৰোগীৰ সংখ্যা…

অসমত ৯ জনলৈ বৃ্দ্ধি অমিক্ৰনত আক্ৰান্ত ৰোগীৰ সংখ্যা…
  • অসমত অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ৯ জনলৈ বৃদ্ধি।
  • ইয়াৰে ৩ গৰাকীয়ে ইতিমধ্যে আৰোগ্য লাভ কৰিছে।
  • ৬ গৰাকী লোক বৰ্তমানেও চিকিৎসাধীন।
  • চিকিৎসাধীন হৈ থকা আটাইকেইজন ডিব্ৰুগড় জিলাৰ।
  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল আলটাভ হুছেইন নামৰ এজন অমিক্ৰনত আক্ৰান্ত।
  • ইতিমধ্যে আলটাভ সুস্থ হৈ ঘৰলৈ উভতিছে।
  • চৌদি আৰৱৰ পৰা অহা মামুদ হুছেইন আৰু ৰোহন হুছেইনো আক্ৰান্ত হৈছিল অমিক্ৰনত।
  • দুয়োজন ইতিমধ্যে সুস্থ হৈ উঠিছে।
  • গুৱাহাটী মহানগৰৰ চান্দমাৰী আৰু ৰাজগড় কোভিডৰ হটস্পট।
  • মালিগাওঁ অঞ্চলটো বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in