টকিঅ’ৰ খবৰঃ পদক তালিকাৰ শীৰ্ষত চীন, ভাৰত,কেনিয়া, উগাণ্ডা একেলগে ৬২ত

টকিঅ’ৰ খবৰঃ পদক তালিকাৰ শীৰ্ষত চীন, ভাৰত,কেনিয়া, উগাণ্ডা একেলগে ৬২ত
  • টকিঅ' অলিম্পিকৰ একাদশ দিনটোত পদক তালিকাৰ শীৰ্ষত আছে চীন।
  • ২৯ টা স্বৰ্ণ, ১৭ টা ৰূপ আৰু ১৬ টা ব্ৰঞ্জৰ পদক লাভ কৰিছে চীনে।
  • পদক তালিকাৰ দ্বিতীয় স্থানত আছে আমেৰিকা।
  • আমেৰিকাই ২২ টা সোণ,২৫ টা ৰূপ আৰু ১৭ টা ব্ৰঞ্জৰ পদক লাভ কৰিছে।
  • তৃতীয় স্থানত আছে জাপান।
  • জাপানে ১৭ টা সোণ, ৬ টা ৰূপ আৰু ১০ টা ব্ৰঞ্জৰ পদক লাভ কৰিছে।
  • আনহাতে ভাৰতে এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকেৰে ৬২ নং স্থানত আছে।
  • ভাৰতৰ সৈতে একেটা স্থানতে আছে কেনিয়া, পৰ্টুগাল, ছান মেৰিনো আৰু উগাণ্ডা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in