শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

অলিম্পিক যাত্ৰা ইতি পৰিল হিমা দাসৰ!

22,522
  • অসমবাসীৰ আশা আৰু সপোনত পৰিল চেচাঁপানী।
  • ২০২০ৰ অলিম্পিক খেলাৰ সপোন পূৰণ নহব ধিং এক্সপ্ৰেছগৰাকীৰ।
  • কঠোৰ পৰিশ্ৰম আৰু অনুশীলন কৰিলেও বিশ্ব চেম্পিয়নশ্বিপত যোগ্যতা অৰ্জনত ব্যৰ্থ হয় হিমা দাস।
  • চেক গণৰাজ্যত অনুষ্ঠিত যোছেফ ছেকাৰ আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাতো ৪০০ মিটাৰ ইভেন্চত ভাগ নললে হিমাই।
  • অশেষ চেষ্টা কৰি বিশ্ব চেম্পিয়নশ্বিপ খেলাৰ যোগ্যতা অৰ্জন নকৰাৰ বাবে টকিঅ অলিম্পিকলৈ যোৱাতো সম্ভৱ নহব হিমা দাসৰ।
  • বিশ্ব চেম্পিয়নশ্বিপত যোগ্যতাৰ বাবে ৫১.৮০ ছেকেণ্ডত অতিক্ৰম কৰিব লগা আছিল এই দুৰত্ব।
  • এই চেম্পিয়নশ্বিপত প্ৰথম ৮ টা স্থান লাভ কৰা খেলুৱৈক নিৰ্বাচিত কৰা হয় অলিম্পিকলৈ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি