শেহতীয়া খবৰ
স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী...  •  নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...  •  হাৰমতী ডুবিত পথ দুৰ্ঘটনাঃ নিহত মটৰ চাইকেল আৰোহী...

চাইবাৰ আক্ৰমণৰ সন্মুখীন হৈছে অইল ইণ্ডিয়াৰ দুলীয়াজানস্থিত কাৰ্যালয়…

ডিজিটেল ডেস্কঃ এই চাইবাৰ আক্ৰমণৰ সন্মুখীন হ’ল দুলীয়াজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ পঞ্জীভূত মুখ্য কাৰ্যালয়। মঙ্গলবাৰে চাইবাৰ আক্ৰমণৰ সন্মুখীন হৈছে অইলৰ কাৰ্যালয়টো। ফলস্বৰূপে সোমবাৰৰ পৰা অইলৰ সকলো কম্পিউটাৰ আৰু আই টি প্ৰণালী বন্ধ কৰা হৈছে।

অইলৰ মুখপাত্ৰ ত্ৰিদিপ হাজৰিকাই সংবাদ মাধ্যমক জনোৱা অনুসৰি সোমবাৰৰ পৰা আই টি প্ৰণালীসমূহ বন্ধ কৰি সমস্যাৰ সমাধান কৰাৰ চেষ্টা চলাই থকা হৈছে। সোমবাৰে অইলৰ ৩/৪ টা কম্পিউটাৰ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছিল।

ইয়াৰ পিছতে অইল কৰ্তৃপক্ষই এল এন এন সংযোগৰ পৰা সকলো কম্পিউটাৰ প্ৰাণলী প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়। ফলত মুখ্য কাৰ্যালয়ৰ কোনো কম্পিউটাৰত এতিয়া ইণ্টাৰনেট সংযোগৰ সুবিধা নাই।

ক্লিক কৰি পঢ়কঃ মুছলপুৰত অসম বাতৰি কাকত বিতৰক সন্থাৰ বিশেষ কাৰ্যনিৰ্বাহক সভা…