সুখবৰঃ অইলত ওলাইছে চাকৰি…

সুখবৰঃ অইলত ওলাইছে চাকৰি…

ডিজিটেল ডেস্কঃ দেশৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আছে এটা সুখবৰ। অইল ইণ্ডিয়া লিমিটেডৰ খালী হৈ আছে মুঠ ৪৭ টা পদ। ইচ্ছুক আবেদনকাৰীয়ে চলিত বৰ্ষৰ ৮ ছেপ্তেম্বৰৰ পৰা ২৭ ছেপ্তেম্বৰৰ লৈকে আবেদন কৰিব পাৰিব।

অইল ইণ্ডিয়া লিমিটেডত এই পদসমূহৰ বাবে আবেদন কৰিবৰ বাবে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত মেকানিকেল ইঞ্জিনিয়াৰিং প্ৰতিষ্ঠানৰ পৰা ডিগ্ৰীৰ লগতে ৪ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। ইচ্ছুক আবেদনকাৰীয়ে oil-india.com ৱেৱচাইটত পুংখানুপুংখভাৱে সকলো তথ্য জানিব পাৰিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in