ওড়িশ্যাৰ নতুন ডিজিপি নিযুক্তি

ওড়িশ্যাৰ নতুন ডিজিপি নিযুক্তি
  • ওড়িশ্যাত নতুন আৰক্ষী সঞ্চালক প্ৰধান নিযুক্তি।
  • জ্যেষ্ঠ আইপিএছ বিষয়া অভয়ক নিযুক্তি দিয়া হৈছে আৰক্ষী সঞ্চালক প্ৰধান পদত।
  • বৰ্তমান তেখেতে নেশ্যনেল পুলিচ একাডেমীৰ সঞ্চালকৰ দায়িত্বত আছে।
  • ওড়িশ্যাৰ বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধানৰ পদত কাৰ্যনিৰ্বাহ কৰি আছে বি কে শৰ্মাই।
  • বি কে শৰ্মাক গৃহ বিভাগৰ অ' এছ ডিৰ পদত নিযুক্তি দিয়া হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in