ওড়িশ্যাত তিতলিত নিহতৰ পৰিয়ালক চৰকাৰৰ ১০ লাখ টকাকৈ ক্ষতিপূৰণ

ওড়িশ্যাত তিতলিত নিহতৰ পৰিয়ালক চৰকাৰৰ ১০ লাখ টকাকৈ ক্ষতিপূৰণ
  • ওড়িশ্যাত তিতলি ঘূৰ্ণী বতাহত নিহত সকলৰ পৰিয়ালক প্ৰদান কৰা হ'ব ১০ লাখ টকাৰ ক্ষতিপূৰণ।
  • পূৰ্বতে এই ধনৰ পৰিমাণ আছিল ৪ লাখ টকা।
  • বুধবাৰে ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে কৰিলে এই ঘোষণা।
  • বিগত কিছুদিন ধৰি তিতলিয়ে বিধংসী ৰূপ ধাৰণ কৰিছিল ওড়িশ্যাত।
  • তিতলি ঘূৰ্ণী বতাহত ওড়িশ্যাৰ বহু অঞ্চলত প্ৰাণ হেৰুৱাইছিল বহুকেইজন লোকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in