চৰকাৰৰ নিৰ্দেশঃ পুৱা ৬.৩০ বজাৰ পৰা আৰম্ভ হ’ব বিদ্যালয়…

চৰকাৰৰ নিৰ্দেশঃ পুৱা ৬.৩০ বজাৰ পৰা আৰম্ভ হ’ব বিদ্যালয়…
  • পুৱা ৬.৩০ বজাৰ পৰা আৰম্ভ হ'ব বিদ্যালয়।
  • ২ এপ্ৰিলৰ পৰা এই নতুন সূচীৰে আৰম্ভ হ'ব বিদ্যালয়ৰ পাঠদান।
  • গৰমৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশ দিছে ওড়িশ্যা চৰকাৰে।
  • চৰকাৰে ইতিমধ্যে জাৰি কৰিছে নিৰ্দেশ।
  • ৬.৩০ বজাৰ পৰা ১০ বজালৈকে চলিব বিদ্যালয়।
  • প্ৰাথমিক বিদ্যালয়সমূহত পুৱা ১০ বজাত দিব লাগিব মধ্যাহ্নভোজন।
  • পুৱা ১১ বজালৈকে খোলা থাকিব বিদ্যালয়।
  • ওড়িশ্যা চৰকাৰৰ শিক্ষা বিভাগে জাৰি খৰিছে এই নিৰ্দেশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in