শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুঁটিত কি হৈ আছে !  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব

পুনৰ শিক্ষানুষ্ঠানলৈ ঘূৰি আহিল শিক্ষাৰ্থীঃ আৰম্ভ হ’ল পাঠদান..

  • পুনৰ শিক্ষানুষ্ঠানলৈ ঘূৰি আহিল শিক্ষাৰ্থী।
  • কোভিডৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল শিক্ষানুষ্ঠানসমূহ।
  • কোভিডৰ সংক্ৰমণৰ বাবেই বন্ধ হৈ আছিল শিক্ষানুষ্ঠানসমূহ।
  • কোভিডৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতেই ওড়িষ্যা চৰকাৰে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
  • ৰাজ্যখনত সোমবাৰৰ পৰা আৰম্ভ হৈছে দশম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান।
  • দীৰ্ঘদিনৰ মূৰত শিক্ষানুষ্ঠানলৈ আহিবলৈ পোৱা শিক্ষাৰ্থীসকলৰ মাজত দেখিবলৈ পোৱা গৈছে উৎসাহ।
  • শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ্থীৰ প্ৰৱেশৰ পূৰ্বে সকলোকে চেনিটাইজ কৰা হৈছে।
  • আনহাতে যিসকল ছাত্ৰ শিক্ষানুষ্ঠানলৈ আহিবলৈ পৰা নাই বা আহা নাই তেওঁলোকক অনলাইন মাধ্যমেৰেই শিক্ষাদানৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে।
  • শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ্থীসকলৰ লগতে শ্ৰেণীকোঠাসমূহ চেনিটাইজ কৰা হৈছে।
  • শিক্ষাৰ্থীসকলক শ্ৰেণীকোঠাত শাৰীৰিক দূৰত্ব বজাই চলাৰ ব্যৱস্থা কৰা হৈছে আৰু সকলোৰে মাস্ক পিৰাধান বাধ্যতামূলক কৰা হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি