পুনৰ শিক্ষানুষ্ঠানলৈ ঘূৰি আহিল শিক্ষাৰ্থীঃ আৰম্ভ হ’ল পাঠদান..

পুনৰ শিক্ষানুষ্ঠানলৈ ঘূৰি আহিল শিক্ষাৰ্থীঃ আৰম্ভ হ’ল পাঠদান..
  • পুনৰ শিক্ষানুষ্ঠানলৈ ঘূৰি আহিল শিক্ষাৰ্থী।
  • কোভিডৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল শিক্ষানুষ্ঠানসমূহ।
  • কোভিডৰ সংক্ৰমণৰ বাবেই বন্ধ হৈ আছিল শিক্ষানুষ্ঠানসমূহ।
  • কোভিডৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতেই ওড়িষ্যা চৰকাৰে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
  • ৰাজ্যখনত সোমবাৰৰ পৰা আৰম্ভ হৈছে দশম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান।
  • দীৰ্ঘদিনৰ মূৰত শিক্ষানুষ্ঠানলৈ আহিবলৈ পোৱা শিক্ষাৰ্থীসকলৰ মাজত দেখিবলৈ পোৱা গৈছে উৎসাহ।
  • শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ্থীৰ প্ৰৱেশৰ পূৰ্বে সকলোকে চেনিটাইজ কৰা হৈছে।
  • আনহাতে যিসকল ছাত্ৰ শিক্ষানুষ্ঠানলৈ আহিবলৈ পৰা নাই বা আহা নাই তেওঁলোকক অনলাইন মাধ্যমেৰেই শিক্ষাদানৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে।
  • শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ্থীসকলৰ লগতে শ্ৰেণীকোঠাসমূহ চেনিটাইজ কৰা হৈছে।
  • শিক্ষাৰ্থীসকলক শ্ৰেণীকোঠাত শাৰীৰিক দূৰত্ব বজাই চলাৰ ব্যৱস্থা কৰা হৈছে আৰু সকলোৰে মাস্ক পিৰাধান বাধ্যতামূলক কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in