ওড়িশাত ৰে’ল দুৰ্ঘটনা, ৪০ জনৰো অধিক যাত্ৰী আহত…

ওড়িশাত ৰে’ল দুৰ্ঘটনা, ৪০ জনৰো অধিক যাত্ৰী আহত…
  • ওড়িশাত কটকত ৰে'ল দুৰ্ঘটনা।
  • কটকৰ নৰগুণ্ডি ৰে'লৱে ষ্টেছনৰ সমীপত সংঘটিত হয় ৰে'ল দুৰ্ঘটনাটো।
  • মালগাড়ীৰে হোৱা সংঘৰ্ষত লাইনচ্যুত হয় মুম্বাই-ভুৱনেশ্বৰ লোকমান্য তিলক টাৰ্মিনাছ এক্সপ্ৰেছ।
  • যাত্ৰীবাহী ৰে'লখনৰ ৮টাকৈ দবা হয় লাইনচ্যুত।
  • এই দুৰ্ঘটনাত কমেও ৪০ জন যাত্ৰী আহত হৈছে।
  • আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে।
  • ঘন কুঁৱলীৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জনাইছে ৰে'ল কৰ্তৃপক্ষই।
  • দুৰ্ঘটনাৰ পিছত প্ৰশাসনে ০৬৭৪-১০৭২ আৰু ০৬৭১-১০৭২ এই দুই হেল্পলাইন জাৰি কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in