শেহতীয়া খবৰ
কোকৰাঝাৰত বিটিচি নিৰ্বাচনৰ ৰণডংকা বিপিএফৰ, পুনৰ ২ আসনত প্ৰাৰ্থী ঘোষণা হাগ্ৰামাৰ, ৪০ সমষ্টিৰ ৫০০টাকৈ আত্মসহায়ক গোটলৈ ৫০০০ টকাৰ অনুদান  •  নগাঁৱৰ মথাউৰি নিৰ্মাণৰ নামত কেলেংকাৰী...  •  মানকাচৰৰ কাকৰিপাৰাত ট্ৰেক্টৰৰ খুন্দাত নিহত কিশোৰ  •  ২০২১ত বিজেপিক পৰাভূত কৰিব লাগিব, গঢ়িব লাগিব বিকল্প শক্তিঃ পুনৰ ১২ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণৰ পিছতে আৰু কি ক'লে অখিল গগৈয়ে, VIDEO  •  ৬০ কোটিৰ দেৱালেৰে ট্ৰাম্পৰ চকুৰ পৰা দৰিদ্ৰ ঢাকিছিল চৰকাৰে, পিছে দিল্লীত ঢাকিব নোৱাৰিলে ক্ষোভৰ জুই  •  শ্বিলঙৰ কিশোৰীৰ উদ্ভাৱনী সামৰ্থক লৈ স্তভিত দেশবাসীঃ কেন্দ্ৰীয় মন্ত্ৰীয়ে সন্মানিত কৰিলে মেইদাইবাহুন মাজাঅ'ক...  •  ভয় নেদেখুৱাব এমএলএ ছাৰ, ডিউটিহে কৰিছো...  •  দিল্লীত উত্তেজনা অব্যাহতঃ মেজপুৰত গুলীচালনাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন ডিচিপিৰ, পুনৰ আহত ৬ জন  •  দিল্লীৰ বিদ্যালয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্প, VIDEO  •  দিল্লীত অসহায় কেজৰিৱাল...

ওড়িশাত ৰে’ল দুৰ্ঘটনা, ৪০ জনৰো অধিক যাত্ৰী আহত…

158
  • ওড়িশাত কটকত ৰে’ল দুৰ্ঘটনা।
  • কটকৰ নৰগুণ্ডি ৰে’লৱে ষ্টেছনৰ সমীপত সংঘটিত হয় ৰে’ল দুৰ্ঘটনাটো।
  • মালগাড়ীৰে হোৱা সংঘৰ্ষত লাইনচ্যুত হয় মুম্বাই-ভুৱনেশ্বৰ লোকমান্য তিলক টাৰ্মিনাছ এক্সপ্ৰেছ।
  • যাত্ৰীবাহী ৰে’লখনৰ ৮টাকৈ দবা হয় লাইনচ্যুত।
  • এই দুৰ্ঘটনাত কমেও ৪০ জন যাত্ৰী আহত হৈছে।
  • আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে।
  • ঘন কুঁৱলীৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জনাইছে ৰে’ল কৰ্তৃপক্ষই।
  • দুৰ্ঘটনাৰ পিছত প্ৰশাসনে ০৬৭৪-১০৭২ আৰু ০৬৭১-১০৭২ এই দুই হেল্পলাইন জাৰি কৰিছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি