আজি ওড়িশালৈ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী…

ফাইল ফটো
ফাইল ফটো
  • আজি ওড়িশালৈ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী।
  • ওড়িশাৰ বাৰগড়ৰ এখন জনসভাত ভাগ ল'ব ৰাহুল গান্ধীয়ে।
  • ৰাহুল গান্ধীৰ সৈতে থাকিব চত্তীশগড়ৰ মুখ্যমন্ত্ৰীয়ো।
  • ২০১৫ চনৰ পিছত প্ৰথমবাৰৰ বাবে ৰাহুল গান্ধীৰ এই ওড়িশা যাত্ৰা।
  • জনসভাত ৫০ হাজাৰৰো অধিক লোক সমাগম হোৱাৰ সম্ভাৱনা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in