খেলি থকাৰ সময়তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ নাবালিকাৰ…

খেলি থকাৰ সময়তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ নাবালিকাৰ…
  • ওড়িশ্যাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।
  • খেলি থকাৰ সময়তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ নাবালিকাৰ।
  • এটা খেৰৰ মেজিৰ কাষতে নাবালিকা কেইগৰাকীয়ে খেলি আছিল।
  • সেই সময়তে হঠাৎ খেৰৰ মেজিত লগা জুইৰ লেলিহান শিখাই নাবালিকাকেইগৰাকীক আগুৰি ধৰে।
  • কালাহান্দি জিলাৰ বীজমাৰাত এই ঘটনা সংঘটিত হৈছে।
  • নিহত নাবালিকাকেইগৰাকীৰ নাম ডেইজী, ৰ'জী আৰু ৰাচান্না ৰাওট।
  • আটাইকেইগৰাকীৰ বয়স ৪ৰ পৰা ৫ বছৰৰ বুলি জানিব পৰা গৈছে।
  • ঘটনা সংঘটিত হোৱাৰ পিছতে নাবালিকাকেইগৰাকীক প্ৰথমে লৈ যোৱা হৈছিল এখন স্থানীয় হাস্পতাললৈ।
  • চিকিৎসকে ৰক্ষা কৰিব নোৱাৰিলে শৰীৰৰ প্ৰায় ৮০ ৰ পৰা ৯০ শতাংশ অগ্নিদগ্ধ হোৱা নাবালিকাকেইগৰাকীক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in