অ ডি আইৰ দ্বিতীয়খন মেচত ভাৰতৰ জয়…

অ ডি আইৰ দ্বিতীয়খন মেচত ভাৰতৰ জয়…
  • এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ জয়।
  • ৮ ৰানৰ ব্যৱধানত অষ্ট্ৰেলিয়াৰ পৰাজয়।
  • ২-০ শৃংখলা ব্যৱধানত আগবাঢ়ি আছে ভাৰতীয় ক্ৰিকেট দল।
  • বিৰাট কোহলীৰ শতক অৰ্জন।
  • ১২০টা বলত ১১৬ ৰান কৰে ক্ৰিকেটাৰগৰাকীয়ে।
  • প্ৰথমে বেটিং কৰি ২৪৯ ৰান সংগ্ৰহ কৰিছিল ভাৰতে।
  • ইফালে, অষ্ট্ৰেলিয়াই ২৪২ ৰানতেই হেৰুৱাই আটাইকেইটা উইকেট।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in