শেহতীয়া খবৰ
পুৰণিগুদামত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ শিল্পী দিৱস উদযাপন  •  চৰাইদেউত উদঙীয়া ম’হৰ আক্ৰমণত আহত এজন যুৱক  •  ঢকুৱাখনাৰ "শংকৰ মাধৱ ক্ষেত্ৰ"ৰ শিশু ভাওনা সমাৰোহত দৰ্শকৰ ব্যাপক সমাগম, দ্বিতীয় দিনা যোৰহাটৰ "সীতা হৰণ বালি বধ" ভাওনা প্ৰদৰ্শন  •  নিউ গোৱালপাৰাৰ শিল্পী দিৱসত কবি-সাহিত্যিক সমীন্দ্ৰ হুজুৰি, 'মানুহক এন্ধাৰৰ পৰা পোহৰলৈ অনাত যিয়ে শিল্পী মাধ্যমক ব্যৱহাৰ কৰিব পাৰে সিয়েই জনতাৰ শিল্পী'  •  দ্বিতীয়খন এদিনীয়াত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৩৬ ৰানৰ ব্যৱধানত জয়...  •  ওদালগুৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত-আহত ১  •  পৰ্যটন মহোৎসৱৰ দ্বিতীয় দিনটোত লোকে-লোকাৰণ্য ভৈৰৱকুণ্ড, দেশী-বিদেশী পৰ্যটকে সোৱাদ ল'লে বিভিন্ন জনগোষ্ঠীয় থলুৱা খাদ্য  •  আমাক এটা ৰাজনৈতিক দল লাগে, কিন্তু...  •  শোণিতপুৰৰ বৰছলাত ব্যতিক্ৰমীৰূপত শিল্পী দিৱস উদযাপন  •  দক্ষিন শালমাৰাৰ ফেৰছাঁটাৰীত ভূমি কেন্দ্ৰিক সংঘাতঃ জ্বলাই দিলে ঘৰ, পাঁচ লক্ষাধিক টকাৰ ক্ষতি

অ ডি আইৰ দ্বিতীয়খন মেচত ভাৰতৰ জয়…

590
  • এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ জয়।
  • ৮ ৰানৰ ব্যৱধানত অষ্ট্ৰেলিয়াৰ পৰাজয়।
  • ২-০ শৃংখলা ব্যৱধানত আগবাঢ়ি আছে ভাৰতীয় ক্ৰিকেট দল।
  • বিৰাট কোহলীৰ শতক অৰ্জন।
  • ১২০টা বলত ১১৬ ৰান কৰে ক্ৰিকেটাৰগৰাকীয়ে।
  • প্ৰথমে বেটিং কৰি ২৪৯ ৰান সংগ্ৰহ কৰিছিল ভাৰতে।
  • ইফালে, অষ্ট্ৰেলিয়াই ২৪২ ৰানতেই হেৰুৱাই আটাইকেইটা উইকেট।

 

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি