শেহতীয়া খবৰ
মুম্বাইত কোভিড ভেকচিনৰ নাটনি, বন্ধ কৰা হৈছে ৫৪ টা কেন্দ্ৰ...  •  বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...  •  দিল্লী চৰকাৰলৈ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ পত্ৰ : ২ ঘন্টাৰ বাবে উপলব্ধ আছে অক্সিজেন...

স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰূপে শপত ল’লে অনুৰাগ ঠাকুৰ, সুৰেশ আংগাৰী

151
  • শপত ল’লে অনুৰাগ ঠাকুৰে।
  • ২০১৬-২০১৭লৈকে বিচিচিআইৰ অধ্যক্ষ আছিল তেওঁ।
  • হিমাচলক হৰিমপুৰৰ পৰা একেৰাহে ৪ বাৰৰ সাংসদ।
  • ভাৰতীয় জনতা যুৱ মৰ্চাৰ অধ্যক্ষ।
  • হিমাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰেম কুমাৰ ধৱলৰ পুত্ৰ তেওঁ।
  • শপত ল’লে সুৰেশ আংগাৰীয়ে।
  • কৰ্ণাটকৰ বেলগাম সমষ্টিৰ পৰা চতুৰ্থবাৰলৈ সাংসদ হিচাপে নিৰ্বাচিত।
  • বিএইছ য়েদেয়ুদয়াৰপ্পাৰ ঘনিষ্ঠ ৰূপে পৰিচিত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি