স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰূপে শপত ল’লে অনুৰাগ ঠাকুৰ, সুৰেশ আংগাৰী

স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰূপে শপত ল’লে অনুৰাগ ঠাকুৰ, সুৰেশ আংগাৰী
  • শপত ল'লে অনুৰাগ ঠাকুৰে।
  • ২০১৬-২০১৭লৈকে বিচিচিআইৰ অধ্যক্ষ আছিল তেওঁ।
  • হিমাচলক হৰিমপুৰৰ পৰা একেৰাহে ৪ বাৰৰ সাংসদ।
  • ভাৰতীয় জনতা যুৱ মৰ্চাৰ অধ্যক্ষ।
  • হিমাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰেম কুমাৰ ধৱলৰ পুত্ৰ তেওঁ।
  • শপত ল'লে সুৰেশ আংগাৰীয়ে।
  • কৰ্ণাটকৰ বেলগাম সমষ্টিৰ পৰা চতুৰ্থবাৰলৈ সাংসদ হিচাপে নিৰ্বাচিত।
  • বিএইছ য়েদেয়ুদয়াৰপ্পাৰ ঘনিষ্ঠ ৰূপে পৰিচিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in