স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্ৰহণ কিষাণ পাল, দানৱে ৰাও চাহেব, জী কিশোৰ ৰেড্ডীৰ

স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্ৰহণ কিষাণ পাল, দানৱে ৰাও চাহেব, জী কিশোৰ ৰেড্ডীৰ
  • কিষাণ পাল গুজ্জৰৰ শপত গ্ৰহণ।
  • হাৰিয়ানাৰ বিজেপি অধ্যক্ষ আছিল তেওঁ।
  • পূৰ্বে মোডী চৰাকৰৰ সামাজিক ন্যায় ৰাজ্যিক মন্ত্ৰী আছিল তেওঁ।
  • এইবাৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্ৰহণ।
  • ৰাজ্যিক মন্ত্ৰীৰূপে শপত ল'লে দানৱে ৰাও চাহেব দাদাৰাওৱে।
  • মহাৰাষ্ট্ৰৰ বিজেপিৰ শীৰ্ষ নেতা তেওঁ।
  • জী কিশোৰ ৰেড্ডীয়েও শপত ল'লে।
  • তেলেংগানাৰ চিকন্দৰাবাদৰ পৰা তেওঁ লোকসভালৈ নিৰ্বাচিত হৈছে।
  • ভাৰতীয় জনতা যুৱ মৰ্চাৰ অধ্যক্ষ আছিল তেওঁ।
  • পুৰুষত্তোম ৰূপালাৰো ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্ৰহণ।
  • গুজৰাটৰ মন্ত্ৰী আছিল তেওঁ।
  • গুজৰাটৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল।
  • মোডীৰ প্ৰথম কাৰ্যকালতো তেওঁ ৰাজ্যিক মন্ত্ৰী আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in