ভাৰত-নিউজিলেণ্ডৰ তৃতীয়খন টি-২০ ড্ৰ, চুপাৰ অভাৰে নিৰ্ণয় কৰিব ভাগ্য…

ভাৰত-নিউজিলেণ্ডৰ তৃতীয়খন টি-২০ ড্ৰ, চুপাৰ অভাৰে নিৰ্ণয় কৰিব ভাগ্য…
  • ভাৰত-নিউজিলেণ্ডৰ তৃতীয়খন টি-২০ ড্ৰ।
  • চুপাৰ অভাৰে নিৰ্ণয় কৰিব ভাগ্য।
  • নিউজিলেণ্ডৰ চেদন পাৰ্কত অনুষ্ঠিত হোৱা খেলখনত প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছিল ১৭৯ ৰান।
  • নিউজিলেণ্ডে ৬ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৭৯ ৰান।
  • ভাৰতৰ হৈ ৰোহিত শৰ্মাই সংগ্ৰহ কৰে সৰ্বাধিক ৬৫ ৰান।
  • তাৰ পিছতে নিউজিলেণ্ডে বেট ধৰে।
  • টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল নিউজিলেণ্ডে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in