শেহতীয়া খবৰ
মুম্বাইত কোভিড ভেকচিনৰ নাটনি, বন্ধ কৰা হৈছে ৫৪ টা কেন্দ্ৰ...  •  বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...  •  দিল্লী চৰকাৰলৈ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ পত্ৰ : ২ ঘন্টাৰ বাবে উপলব্ধ আছে অক্সিজেন...

মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বলিউদৰ বহু তাৰকা…

345

ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত বিভিন্ন দেশৰ ৰাজনৈতিক নেতাসকলৰ লগতে উপস্থিত থাকিব বলিউদৰ কেইবাজনো অভিনেতা-অভিনেত্ৰী। ৰাষ্ট্ৰপতি ভৱনৰ এই অনুষ্ঠানত উপস্থিত হ’বৰ বাবে পুৱাই দিল্লীত উপস্থিত হৈছে অভিনেত্ৰী কংগণা ৰাণাৱট। ইয়াৰ বাহিৰেও এই অনুষ্ঠানত অনুপম খেৰ, হেমা মালিনী, বমন ইৰানী, বিবেক অৱৰয়ৰ দৰে কেইবাজনো অভিনেতা উপস্থিত থাকিব।আজি সন্ধিয়া ৭ বজাত দ্বিতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোডীয়ে শপত লোৱাৰ লগতে কেবিনেটৰ মন্ত্ৰীসকলেও ল’ব শপত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি