মহানগৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ লক্ষ্য কৰি দিন-দুপৰতে গুলীবৰ্ষণ…

মহানগৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ লক্ষ্য কৰি দিন-দুপৰতে গুলীবৰ্ষণ…
  • মহানগৰীত দিনদুপৰতে গুলীচালনাৰ ঘটনা।
  • নুনমাটিৰ এখন মাংস দোকান লৈ গুলীবৰ্ষণ।
  • আনছাৰী মীট শ্ব'প নামৰ দোকানখনৰ গ্লাছত স্পষ্ট গুলীৰ চিন।
  • দুপৰীয়া ভাগত অচিনাক্ত দুৰ্বৃত্তই বৰ্ষণ কৰিছিল গুলী।
  • এই গুলীবৰ্ষণত কোনো হতাহত হোৱা নাই।
  • এই দোকানখনৰ স্বত্তাধিকাৰ জব্বৰ আনছাৰী সেই সময়ত উপস্থিত আছিল দোকানত।
  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।
  • আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা নাই কোনো খালী গুলী কাৰ্টিজ।
  • এটা গুলী বৰ্ষণ কৰিছিল দুৰ্বৃত্তই।
  • কি উদ্দেশ্যে এই গুলীবৰ্ষণ কৰিছিল সেই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।
  • ঘটনাক কেন্দ্ৰ কৰি নুনমাটিত উত্তেজনা।
  • দুপৰীয়া প্ৰায় ১২.৩২ বজাত এই গুলীচালনাৰ ঘটনা।
  • নুনমাটি থানাৰ সমীপতে সংঘটিত হৈছিল এই গুলীবৰ্ষণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in