নুনমাটিত ক’লা পতাকা প্ৰদৰ্শন কৰি আছুৰ প্ৰতিবাদ

  • মহানগৰীৰ নুনমাটিত আছুৰ প্ৰতিবাদ।
  • ক'লা পতাকা প্ৰদৰ্শন কৰি আছুৰ প্ৰতিবাদ।
  • ত্ৰিপুৰাত খিলঞ্জীয়াৰ ওপৰত আৰক্ষীৰ বৰ্বৰ গুলীচালনা।
  • আহতসকলৰ স্বাস্থ্যৰ বুজ ল'বলৈ যোৱা নেছ'ৰ সঁজাতী দলক ত্ৰিপুৰা চৰকাৰে কৰিছিল বাধা প্ৰদান।
  • এই ঘটনাৰ বিৰুদ্ধেই সাব্যস্ত প্ৰতিবাদী কাৰ্যসূচী।
  • গুৱাহাটী শোধনাগাৰৰ সন্মুখত প্ৰতিবাদ ছাত্ৰ সংগঠনটোৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in