নুমলীগড়ত নৃশংস হত্যাকাণ্ডঃ স্বামীয়ে মৰিয়াই হত্যা কৰিলে পত্নীক…

নুমলীগড়ত নৃশংস হত্যাকাণ্ডঃ স্বামীয়ে মৰিয়াই হত্যা কৰিলে পত্নীক…
  • নুমলীগড়ৰ সুন্দৰপুৰত নৃশংস হত্যাকাণ্ড।
  • স্বামীয়ে মৰিয়াই হত্যা কৰিলে পত্মীক।
  • বাজনাথ তপ্প নামৰ এজন লোকে লাঠিৰে মৰিয়াই হত্যা কৰিলে পত্নীক।
  • নিহত মহিলাগৰাকীৰ নাম পাৰ্বতী তপ্প।
  • ভাত ৰন্ধাত পলম কৰাৰ বাবেই পত্নী নৃশংসভাৱে হত্যা কৰে লোকজনে।
  • অভিযুক্ত লোকজনক স্থানীয় লোকে কৰায়ত্ত কৰে।
  • ঘটনাস্থলীত আৰক্ষী আৰক্ষী উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে স্বামীক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in