অৱশেষত সন্ধান ওলাল নুমলীগড়ৰ নিৰুদ্দিষ্ট সাংবাদিকৰ

  • যোৰহাটৰ কেন্দুগুৰিত সন্ধান ওলাল নুমলীগড়ৰ পৰা সন্ধানহীন হোৱা সাংবাদিকৰ।
  • বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছিল বৈদ্যুতিন মাধ্যমত কৰ্মৰত সাংবাদিকজন।
  • এএছ০৫-জে-৩১১৭ নম্বৰৰ ব্যক্তিগত বাহনেৰে ঘৰৰ পৰা ওলাই গৈছিল তেওঁ।
  • নুমলীগড়ৰ লৱণঘাটৰ পৰা সন্ধানহীন হৈছিল সাংবাদিকগৰাকী।
  • গোলাঘাট জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক এই কথা অৱগত কৰিছিল সাংবাদিকগৰাকীৰ পৰিয়ালে।
  • আৰক্ষীয়ে অভিযান চলাই যোৰহাটৰ কেন্দুগুৰিত তেওঁৰ সন্ধান বিচাৰি পায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in