শেহতীয়া খবৰ
শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...  •  আইৰ মুখৰ ভাষা  •  ‘প্ৰথম প্ৰধানমন্ত্ৰী চৰ্দাৰ পেটেল হোৱা হ’লে দেশত কাশ্মীৰকলৈ সমস্যা নাথাকিল হেঁতেন’  •  ভাল খবৰ! ৰে’লৱে বিভাগত ওলাইছে চাকৰি, সবিশেষ...  •  কোকৰাঝাৰত বিপিএফৰ সভা, আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সন্দৰ্ভত আলোচনা...  •  লোকসভা নিৰ্বাচন-২০১৯, অতুল বৰাৰ নেতৃত্বত ৰণকৌশল প্ৰস্তুত সমিতি গঠন অসম গণ পৰিষদৰ

অৱশেষত সন্ধান ওলাল নুমলীগড়ৰ নিৰুদ্দিষ্ট সাংবাদিকৰ

193
  • যোৰহাটৰ কেন্দুগুৰিত সন্ধান ওলাল নুমলীগড়ৰ পৰা সন্ধানহীন হোৱা সাংবাদিকৰ।
  • বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছিল বৈদ্যুতিন মাধ্যমত কৰ্মৰত সাংবাদিকজন।
  • এএছ০৫-জে-৩১১৭ নম্বৰৰ ব্যক্তিগত বাহনেৰে ঘৰৰ পৰা ওলাই গৈছিল তেওঁ।
  • নুমলীগড়ৰ লৱণঘাটৰ পৰা সন্ধানহীন হৈছিল সাংবাদিকগৰাকী।
  • গোলাঘাট জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক এই কথা অৱগত কৰিছিল সাংবাদিকগৰাকীৰ পৰিয়ালে।
  • আৰক্ষীয়ে অভিযান চলাই যোৰহাটৰ কেন্দুগুৰিত তেওঁৰ সন্ধান বিচাৰি পায়।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি