শেহতীয়া খবৰ
অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেন্দ্ৰীয় চৰকাৰে গণ্য নকৰে কিয়? ক'লে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে, VIDEO  •  কৰুণ ঘটনা! বজ্ৰপাতৰ ফলত নিহত ৮ শিশু, আহত ৯...  •  সাংসদ আজাম খানৰ বিৰুদ্ধে ৰুজু ২৩টাকৈ গোচৰ...  •  ১০ গঁড়কে ধৰি কাজিৰঙাত এতিয়ালৈকে বানত মৃত্যু হৈছে শতাধিক বন্যপ্ৰাণীৰ  •  এফ চি আইৰ টংলা খাদ্য ভাণ্ডাৰত ঠিকাদাৰ-শ্ৰমিকৰ মাজত সংঘাত, শ্ৰমিকৰ বিক্ষোভত কেইবা ঘন্টাও অচল কাম-কাজ...  •  গুৱাহাটীত ৰাজভৱনৰ বাহনৰ খুন্দাত আহত পথচাৰীৰ জি এম চি এইছত মৃত্যু...  •  বানত ককবকাইছে ৰাজ্যৰ বহু প্ৰান্তৰ হাজাৰ হাজাৰ লোকে, সাহাৰ্য সামগ্ৰী বিতৰণ সমাজকৰ্মী, বে-চৰকাৰী সংস্থাৰ  •  ভয়ংকৰ পৰিৱেশ! বানপানীৰ মাজতে কৰিলে বিদ্যুৎ সংযোগ, জুইত জাহ গ'ল এখন ঘৰ...  •  হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তঃ বানে ক্ষতি কৰা কাঁইটীয়া তাঁৰৰ বেৰ, বি এছ এফ কেম্প পৰিদৰ্শন  •  তেজৰ কৰ্কট ৰোগত আক্ৰান্ত ৰহাৰ এটি ৪ বছৰীয়া কণমানি, পৰিয়ালৰ সহায়ৰ আহ্বান, VIDEO

কমাৰগাঁৱত অঘটন, পানীত পৰি ২ জনৰ মৃত্যু…

113
  • নুমলীগড়ৰ কমাৰগাঁৱৰ হাঁহচৰাত পানীত পৰি দুজনৰ মৃত্যু।
  • লোক দুজনৰ নাম মহুৰামুখ হাঁহচৰাৰ নিবাসী তথা ব্যবসায়ী সাগৰ ভূঞা (৬৫) আৰু উদীয়মান খেলুবৈ অমৃত হাজৰিকা (পিকু) (২৩)।
  • সাগৰ ভূঞাৰ বাসগৃহৰ পাছফালে নাৱেৰে ঘাঁহ কাটিবলৈ যাওঁতেই বাঢ়নী পানীত নাৱৰ পৰা পৰি মৃত্যু।
  • স্থানীয় ৰাইজৰ চেষ্টাত কমাৰগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহ দুটা উদ্ধাৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি