কমাৰগাঁৱত অঘটন, পানীত পৰি ২ জনৰ মৃত্যু…

  • নুমলীগড়ৰ কমাৰগাঁৱৰ হাঁহচৰাত পানীত পৰি দুজনৰ মৃত্যু।
  • লোক দুজনৰ নাম মহুৰামুখ হাঁহচৰাৰ নিবাসী তথা ব্যবসায়ী সাগৰ ভূঞা (৬৫) আৰু উদীয়মান খেলুবৈ অমৃত হাজৰিকা (পিকু) (২৩)।
  • সাগৰ ভূঞাৰ বাসগৃহৰ পাছফালে নাৱেৰে ঘাঁহ কাটিবলৈ যাওঁতেই বাঢ়নী পানীত নাৱৰ পৰা পৰি মৃত্যু।
  • স্থানীয় ৰাইজৰ চেষ্টাত কমাৰগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহ দুটা উদ্ধাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in