নুমলীগড় হাইস্কুলৰ কলা কৃষ্টিৰ কুটীৰলৈ প্ৰাচীন সামগ্ৰী দান…

নুমলীগড় হাইস্কুলৰ কলা কৃষ্টিৰ কুটীৰলৈ প্ৰাচীন সামগ্ৰী দান…

ডিজিটেল সংবাদ, নুমলীগড়ঃ নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ অন্যতম সংযোজন কলা কৃষ্টিৰ কুটীৰ। বিদ্যালয় কৰ্তৃপক্ষৰ উদ্যোগত প্ৰতিষ্ঠা কৰা এই ক্ষুদ্ৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰা হৈছে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীয় সম্পদ। ছাত্ৰ ছাত্ৰী, অভিভাৱক, প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ দ্বাৰা যোগান ধৰা বিভিন্ন জনগোষ্ঠীয় সম্পদে কলা কৃষ্টি কুটীৰ।

নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰবিন দত্তৰ মাতৃ বিমলা দত্তই বিদ্যালয়খনৰ কলা কৃষ্টিৰ কুটীৰলৈ মানৰ দিনৰ এপাত জাঠী , জাৰ্মানত নিৰ্মিত এটা লনঠন (মেনঠন), এটা পুৰণা হাত লেম্প দান কৰে। বৃদ্ধা বিমলা দত্তৰ প্ৰচেষ্টাক সচেতন মহলে শলাগ লৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in