নুমলীগড়ত গোলাঘাট জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

নুমলীগড়ত গোলাঘাট জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ
  • নুমলীগড়ত গোলাঘাট জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ।
  • ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধ সমৰ্থকৰ।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা আৰু ৮ জানুৱাৰীত বিজেপি কাৰ্যালয় লণ্ডভণ্ড কৰাৰ অভিযোগত গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাৰি ছাত্ৰ নেতাক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীত ১২ ঘণ্টীয়া বন্ধৰ আহ্বান।
  • নিমাওমাও পৰিবেশ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in