নুমলীগড়ত আৰক্ষীৰ জালত ৩ গৰু চোৰ…

নুমলীগড়ত আৰক্ষীৰ জালত ৩ গৰু চোৰ…
  • নুমলীগড়ৰ বগীজানত ৩ দুৰ্ধৰ্ষ গৰুচোৰক গ্ৰেপ্তাৰ আৰক্ষীৰ।
  • গ্ৰেপ্তাৰ কৰা ধৃত চোৰকেইটাৰ নাম চাহিল হক, চন্দ্ৰ বৰা আৰু ৰাহুল বৰা।
  • দীর্ঘদিনে মূৰফুলনি, ফলঙনি, বগীজান, নাহৰবাৰী, ফুলবাৰী আদি অঞ্চলত চোৰৰ দলটোৱে চলাই আহিছিল উপদ্ৰৱ।
  • এখন বাহনত গৰু নি থকাৰ সময়তে ৰাইজৰ সহযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰকেইটাক।
  • চোৰকেইটাৰ পৰা এখন ডাম্পাৰো জব্দ কৰিছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in