মৰ্মান্তিক! নুমলীগড়ৰত দিব্যাংগ পুত্ৰৰ সৈতে বিহপান কৰি আত্মহত্যা মাতৃৰ…

মৰ্মান্তিক! নুমলীগড়ৰত দিব্যাংগ পুত্ৰৰ সৈতে বিহপান কৰি আত্মহত্যা মাতৃৰ…
  • নুমলীগড়ৰ বৰপাকত দিব্যাংগ পুত্ৰৰ সৈতে বিহপান কৰি আত্মহত্যা কৰিলে মাতৃৰ।
  • নিজ বাসগৃহতে বিহপান কৰে দুয়ো মাতৃ-পুত্ৰই।
  • মৃত মাতৃৰ নাম গংগা ছেত্ৰী আৰু পুত্ৰৰ নাম ভূৰে ছেত্ৰী।
  • মাতৃ গংগা ছেত্ৰীৰ মৃত্যু হয় বোকাখাত হাস্পতালত।
  • আনহাতে ঘৰতে মৃত্যু হয় পুত্ৰ ভূৰে ছেত্ৰীৰ ।
  • পুত্ৰ বিশেষভাৱে সক্ষম হোৱাৰ বাবেই আত্মহত্যাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in