নুমলীগড়ৰ দেওপাহাৰৰ সমীপত পথ দুৰ্ঘটনা…

নুমলীগড়ৰ দেওপাহাৰৰ সমীপত পথ দুৰ্ঘটনা…
  • নুমলীগড়ত সোমবাৰে দিনৰ ভাগত সংঘটিত হয় এক পথ দুৰ্ঘটনা।
  • ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দেওপাহাৰৰ সমীপত পথ দুৰ্ঘটনা ।
  • বোকাখাতৰ পৰা গোলাঘাট অভিমুখী AS-06M-8281 নম্বৰৰ এখন বাহন
  • নিয়ন্ত্ৰন হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে বাহনখন ।
  • হতাহতৰ বিষয়ে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in