শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

লকডাউন উলংঘনঃ মহানগৰীত বুধবাৰে জব্দ ৫৮খন বাহন, গ্ৰেপ্তাৰ ৫জনক…

501
  • গুৱাহাটী মহানগৰীত লকডাউনৰ নীতি-নিয়ম উলংঘা কৰাৰ ফলত আৰক্ষীয়ে জব্দ কৰিছে ৫৮খনকৈ বাহন।
  • ১ জুলাই, ২০২০ত মহানগৰৰ যান-বাহন আৰক্ষীয়ে জব্দ কৰিছে এই বাহন কেইখন।
  • ইয়াৰ ভিতৰত আছে ২৫খন দুচকীয়া, ৯খন তিনিচকীয়া আৰু ২৪খন চাৰিচকীয়া বাহন।
  • বুধবাৰে লকডাউন উলংঘা কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে ৫জন লোকক।
  • আৰু দুটাকৈ গোচৰ দিনটোত ৰুজু কৰা হৈছে।
  • ইফালে, মাস্ক পৰিধান নকৰাৰ বাবে ১ জুলাই তাৰিখে মহানগৰীত মুঠ ১১,৫০০ টকা জৰিমনা বিহে আৰক্ষীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি