লকডাউন উলংঘনঃ মহানগৰীত বুধবাৰে জব্দ ৫৮খন বাহন, গ্ৰেপ্তাৰ ৫জনক…

লকডাউন উলংঘনঃ মহানগৰীত বুধবাৰে জব্দ ৫৮খন বাহন, গ্ৰেপ্তাৰ ৫জনক…
  • গুৱাহাটী মহানগৰীত লকডাউনৰ নীতি-নিয়ম উলংঘা কৰাৰ ফলত আৰক্ষীয়ে জব্দ কৰিছে ৫৮খনকৈ বাহন।
  • ১ জুলাই, ২০২০ত মহানগৰৰ যান-বাহন আৰক্ষীয়ে জব্দ কৰিছে এই বাহন কেইখন।
  • ইয়াৰ ভিতৰত আছে ২৫খন দুচকীয়া, ৯খন তিনিচকীয়া আৰু ২৪খন চাৰিচকীয়া বাহন।
  • বুধবাৰে লকডাউন উলংঘা কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে ৫জন লোকক।
  • আৰু দুটাকৈ গোচৰ দিনটোত ৰুজু কৰা হৈছে।
  • ইফালে, মাস্ক পৰিধান নকৰাৰ বাবে ১ জুলাই তাৰিখে মহানগৰীত মুঠ ১১,৫০০ টকা জৰিমনা বিহে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in