শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

দেশত হ্ৰাস পাইছে কোৰোনা আক্ৰান্তৰ সংখ্যা…

199

ডিজিটেল ডেস্ক : ভাৰতৰ লগতে বিশ্বৰ ১৮০ খনতকৈও অধিক দেশত কোৰোনা ভাইৰাছৰ ফলত আক্ৰান্ত হৈছে । বিশ্বত কোৰোনা ভাইৰাচৰ ফলত ৪.২৬ কোটি গৰাকী লোকতকৈ অধিক লোক আক্ৰান্ত হৈছে কোৰোনাত । কোৰোনা ভাইৰাছৰ ফলত ১১.৪৯ লাখ লোক মৃত্যু মুখত পৰিছে । ভাৰতত কিছুদিনৰ পৰা কমিছে কোৰোনা আক্ৰান্তৰ সংখ্যা । এটা সময়ত দৈনিক ১ লাখ লোক আক্ৰান্ত হৈছিল কোৰোনাত কিন্ত তাৰ সংখ্যা আধালৈকে কমি গৈছে ।

শেহতীয়া সাত দিনত ভাৰতত কোৰোনা আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে । ১৯ অক্টোবৰত দেশত ৫৫,৭২২ গৰাকী,২০ অক্টোবৰত ৪৬,৭৯০ গৰাকী,২১ অক্টোবৰত ৫৪,০৪৪ গৰাকী,২২ অক্টোবৰত ৫৫,৮৩৯ গৰাকী,২৩ অক্টোবৰত ৫৪,৩৬৬ গৰাকী,২৪ অক্টোবৰত ৫৩,৩৭০ গৰাকী আৰু ২৫ অক্টোবৰ ৰাতিপুৱা পৰ্যন্ত ৫০,১২৯ গৰাকী লোক কোৰোনাত আক্ৰান্ত হয় । ইপিনে কোৰোনাত মৃত্যুৰ সংখ্যাও হ্ৰাস হয় ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি