সমগ্ৰ অসমৰ লগতে নুমলীগড়ৰ তেলগৰমতো লকডাউনৰ প্ৰভাৱ সৰ্বাত্মক

সমগ্ৰ অসমৰ লগতে নুমলীগড়ৰ তেলগৰমতো লকডাউনৰ প্ৰভাৱ সৰ্বাত্মক
  • সমগ্ৰ অসমৰ লগতে নুমলীগড়ৰ তেলগৰমতো লকডাউনৰ প্ৰভাৱ সৰ্বাত্মক।
  • সম্পূৰ্ণ স্তব্ধ হৈ পৰিছে নুমলীগড়ৰ ৰাজপথ।
  • জনশূণ্য ৰাজপথত কেৱল জৰুৰীকালীনে সেৱাৰ বাহনহে যাবলৈ দিয়া হৈছে।
  • আইন উলংঘা কৰা লোকসকলৰ বিৰুদ্ধ ব্যৱস্হা লবলৈ সস্তম হৈ আছে নুমলীগড়ৰ আৰক্ষী প্ৰশাসন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in