সোমবাৰে নিশা নুমলিগড়ত অগ্নিকাণ্ড : বিস্তৰ ক্ষয়-ক্ষতি…

সোমবাৰে নিশা নুমলিগড়ত অগ্নিকাণ্ড : বিস্তৰ ক্ষয়-ক্ষতি…
  • সোমবাৰে নিশা নুমলিগড়ত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড।
  • নিশা ১১ বজাত হোৱা অগ্নিকাণ্ডটো বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱাৰ সন্দেহ।
  • "প্ৰতিলিপি প্ৰিণ্টাৰ্চ" নামৰ এটা ছপাখানা সম্পূৰ্ণৰূপে জাহ যায় অগ্নিকাণ্ডটোত।
  • "প্ৰতিলিপি প্ৰিণ্টাৰ্চ"ৰ স্বত্বাধিকাৰীৰ বাসগৃহটোৰো ক্ষতিসাধন হয় আগ্নিকাণ্ডটোত।
  • অভিযোগ অনুসৰি বোকাখাত অগ্নিনিৰ্বাপক বাহিনী পলমকৈ উপস্থিত হোৱাত অধিক ক্ষতি হয় ছপাখানাটোৰ।
  • অগ্নিকাণ্ডটোত প্ৰায় দহ লক্ষাধিক টকাৰ সা সম্পত্তি বিনষ্ট হয়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in