শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

সোমবাৰে নিশা নুমলিগড়ত অগ্নিকাণ্ড : বিস্তৰ ক্ষয়-ক্ষতি…

154
  • সোমবাৰে নিশা নুমলিগড়ত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড।
  • নিশা ১১ বজাত হোৱা অগ্নিকাণ্ডটো বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱাৰ সন্দেহ।
  • “প্ৰতিলিপি প্ৰিণ্টাৰ্চ” নামৰ এটা ছপাখানা সম্পূৰ্ণৰূপে জাহ যায় অগ্নিকাণ্ডটোত।
  • “প্ৰতিলিপি প্ৰিণ্টাৰ্চ”ৰ স্বত্বাধিকাৰীৰ বাসগৃহটোৰো ক্ষতিসাধন হয় আগ্নিকাণ্ডটোত।
  • অভিযোগ অনুসৰি বোকাখাত অগ্নিনিৰ্বাপক বাহিনী পলমকৈ উপস্থিত হোৱাত অধিক ক্ষতি হয় ছপাখানাটোৰ।
  • অগ্নিকাণ্ডটোত প্ৰায় দহ লক্ষাধিক টকাৰ সা সম্পত্তি বিনষ্ট হয়
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি