নুমলীগড়ৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

নুমলীগড়ৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
  • নুমলীগড়ৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল ট্ৰাক।
  • নিয়ন্ত্ৰণ হেৰুৱাই এনেদৰে পথত বাগৰি পৰিল ট্ৰাকখন।
  • দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনত অনা হৈছিল ৰড।
  • ৰড ভৰ্তি ট্ৰাকখন বাৰি পৰাৰ বাবে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় এজন ছাত্ৰ।
  • ছাত্ৰজনৰ নাম হিৰকজ্যোতি বুলি জানিব পৰা গৈছে।
  • সংকটজনক অৱস্থাত তেওঁক ভৰ্তি কৰোৱা হৈছে নুমলীগড় বিবেকানন্দ চিকিৎসালয়ত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in