নুমলীগড়ত গছত খুন্দিয়াই জ্বলিল হোণ্ডা গাড়ী, নিহত ১ আৰু আহত ২

নুমলীগড়ত গছত খুন্দিয়াই জ্বলিল হোণ্ডা গাড়ী, নিহত ১ আৰু আহত ২
  • গোলাঘাটৰ নুমলীগড়ত পুৱাই শোকাৱহ ঘটনা।
  • নুমলীগড় ধাবাৰ সন্মুখত এখন হোণ্ডা গাড়ী পতিত হয় দুৰ্ঘটনাত।
  • গাড়ীখনে খুন্দা মাৰে গছত।
  • দুৰ্ঘটনাৰ পিছতে জ্বলি যায় গাড়ীখন।
  • দুৰ্ঘটনাৰ পিছতে অগ্নিদগ্ধ হৈ মৃত্যু হয় এজনৰ, ইফালে আন দুজন লোকো অগ্নিদগ্ধ হয়।
  • মৃত লোকজন মাজুলীৰ প্ৰাঞ্জল বৰা বুলি চিনাক্ত।
  • আহত লোক দুজনৰ এজন শিৱসাগৰৰ হীৰকজ্যোতি তামুলী।
  • আহত আনজন লোক যোৰহাটৰ প্ৰাঞ্জল বৰা।
  • ইফালে গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱা লোক ২জনক প্ৰেৰণ জিএমচিএইছলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in