শেহতীয়া খবৰ
গৃহকন্দল! মোডীভক্ত পিতৃয়ে কংগ্ৰেছৰ টিকট লাভ কৰা পুত্ৰক কৰিলে 'ত্যাজ্যপুত্ৰ’  •  ৭ আলফা (স্বাঃ)ৰ কেডাৰে আৰক্ষীক চমজালে কি কি অস্ত্ৰ-শস্ত্ৰ, চাওক VIDEO  •  শিৱসেনাৰ ভৱিষ্যৎবাণী- ২০১৯ত ২১০ খন আসন লাভ কৰিব বিজেপিয়ে  •  যোৰহাট আৰু লখিমপুৰ সমষ্টিত চিপিআইৰ প্ৰাৰ্থীৰ নাম ঘোষণা...  •  যোৰহাট আৰু লখিমপুৰ সমষ্টিত চিপিআইৰ প্ৰাৰ্থীৰ নাম ঘোষণা...  •  বিজেপিৰ নিৰ্বাচনী কমিটীৰ বৈঠক অব্যাহত, বিলম্ব হ’ব প্ৰাৰ্থী তালিকা ঘোষণাত  •  বিজেপিৰ নিৰ্বাচনী কমিটীৰ বৈঠক অব্যাহত, বিলম্ব হ’ব প্ৰাৰ্থী তালিকা ঘোষণাত  •  যোৰহাটত ১৪৪ ধাৰা জাৰি, দুচকীয়া বাহনত দুজন লোক উঠাত নিষেধাজ্ঞা প্ৰশাসনৰ  •  আছু এৰি বুধবাৰে অগপত যোগ দিব মণিমাধৱ মহন্তই  •  'অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্ক'ৰ বাতৰিৰ পাছতে কিয় হাহাকাৰ লাগিল জনতা ভৱনত... VIDEO

নুমলীগড়ত গছত খুন্দিয়াই জ্বলিল হোণ্ডা গাড়ী, নিহত ১ আৰু আহত ২

106
  • গোলাঘাটৰ নুমলীগড়ত পুৱাই শোকাৱহ ঘটনা।
  • নুমলীগড় ধাবাৰ সন্মুখত এখন হোণ্ডা গাড়ী পতিত হয় দুৰ্ঘটনাত।
  • গাড়ীখনে খুন্দা মাৰে গছত।
  • দুৰ্ঘটনাৰ পিছতে জ্বলি যায় গাড়ীখন।
  • দুৰ্ঘটনাৰ পিছতে অগ্নিদগ্ধ হৈ মৃত্যু হয় এজনৰ, ইফালে আন দুজন লোকো অগ্নিদগ্ধ হয়।
  • মৃত লোকজন মাজুলীৰ প্ৰাঞ্জল বৰা বুলি চিনাক্ত।
  • আহত লোক দুজনৰ এজন শিৱসাগৰৰ হীৰকজ্যোতি তামুলী।
  • আহত আনজন লোক যোৰহাটৰ প্ৰাঞ্জল বৰা।
  • ইফালে গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱা লোক ২জনক প্ৰেৰণ জিএমচিএইছলৈ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি